এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 2 ) তেওঁ । ১৩ দেখাত নাছিল তেও স্বভাব সুন্দৰী, বহুত সুন্দৰী আছে অতুল ৰূপৰ, নেদেখিলো লাবণ্যৰ অমিয় বিকাশ যিবা পৰিমিত হাঁহি নোলাল মুখৰ । দেখিলে৷ তেতিয়া সেই চকুৰ পোহৰ, প্ৰেমৰ নিজৰা তেও দীপ্তি বসন্তৰ । লাজুকী এতিয়া কিন্তু থিৰ চকু ঘুৰি নিদিয়ে উত্তৰ আৰু মোৰ চকুলৈ, নাই এৰা চাৰলৈ তথাপিতো মই চকুত জিলিকি থকা প্ৰেম জ্যোতিলৈ । খঙ্গেৰে চালেও তেঁও ভাল দেখো বৰ, বহু সুন্দৰীৰ হাহি নেচাপে কাষৰ । -:0:- প্রিয়লৈ । কিয় তুমি নিফুট নিমাত ? তোমাৰ চেনেহ সখা