এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
গিৰি বন প্ৰান্তৰৰ ( 38 ) একেটি উদ্দেশ্য, প্রাকৃতিক নিয়ম পালন, বিজ্ঞান দর্শন আদি বেদ বেদান্তই বিতৰিছে জ্ঞানৰ কিৰন । অক্ষুন্ন প্রনয় ৰাশি অবাতি গতি শেষ লক্ষ্য সকলোৰে অনুপৰ মানুৰো হিয়াত, বিশ্ব ব্যাপী পবিত্র আত্মাত । নিৰ্ম্মল প্ৰেমৰ উন্নতি পথত আছে সকলোটি ৰৈ, হাতে হাতে ধ্বজা আপোনাৰ, এক দৃষ্টি সকলোৰে তদ গদ ভাব, এমুখীয়া আকাঙ্ক্ষা হিয়াৰ । সকলো লক্ষ্য লক্ষ্য অভিন্ন সময়ি ... চিৰন্তন দিব্য মনোহৰ ; "লক্ষ্য”, সেয়ে অভিলাষ আকাঙ্খ্যাৰ মি একমাত্র বিশ্ব জগতৰ भ: -
- 0:-
লুকা লুকি । জীৱনৰ যুগমীয়া ন সংসার ফলি,