সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 50 ) চিৰ অন্তর্হিত সেই অপ্সৰীৰ দল পুনৰ জুৰিলে আহি তোমাৰ আকাশ, স্বর্ণ কমগুলু লৈ সপ্তর্ষি মণ্ডলে পুনৰ কৰেছি আই তোমাক আস্বস্ ১১ ধৰা ধৰা নৃপবৰ গৌৰব কিরীটি, ভাৰতৰ ৰাজ লক্ষ্মী ভক্তি উপহাৰ, শান্তিময় সুখময় দীর্ঘজীবী কৰি, পুৰক ঈশ্বৰে যেন বাঞ্চা তোমাযাৰ । --:0:- লক্ষ্য । অশ্রান্ত প্রনয় গীত অলঙ্ঘ্য কৰ্ত্তব্য পালি উঠে তটিনীৰ শেষ লক্ষ্য সাগৰ বিচাৰি, ঘুৰে গ্ৰহ ভাৰা নিজ নিজ বৃত্ত অনুসৰি । সহস্ৰ হৃদয় ঘুৰি একেখনি বীণ আত্মোৎকর্ষ জীবনৰ লয় মান একেটি ঝাৰ, উঠেগৈ প্রতিধ্বনি তাৰ । একেটি লক্ষাত