পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৭২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ষ্ঠ দৃশ্য- কাশ্মীৱৰ ৰাজপথ । ( গীত গাই গাই সন্যাসীব প্রবেশ । গীত সমাধিত চিতা নেলাগে সাব জােৱ। সুগন্ধি ধূপ কলে নােৱাৰিলে মহিমা কাঢ়িব নেপালে গৰিমা লােপ। কুসুমে নোৱাৰে সুগুণ বঢ়াব প্রদীপে আৰু কি প্রভা উজ্বলাব চিতাৰ শিখাই নাচি বাৰে বাৰে জ্বলাব কীৰিতি দীপ। ৰঙা জবা ঢালি বৰিা মৰণ মৰণে মানিলে তোমাতে শৰণ জীবনে মৰণে কোলাকুলি কৰে ই কি বিমােহন ৰূপ | [ প্রস্থান ] O