৩য় অ-২য় ] কাশ্মৰ কুমাৰী 89 1 বীৰে—মই নিৰ্বাসিত কাশ্মীৰী। অঙ্গ-যুদ্ধক্ষেত্ৰত আপোনাৰ কি প্ৰয়োজন? বীৰেন্দ্ৰযুবৰাজ, কাশ্মীৰ মোৰ হুন্মভূমি। এদিন মহাপাপ কৰি কাশ্মীৰৰ পৰা নিৰ্বাচিত হৈছিলোঁ। আজি জননীৰ কাৰণে প্ৰাণ দি প্ৰায়চিভ কৰিবলৈ ৰণক্ষেত্ৰলৈ লৰি আহিছে। অনঙ্গতেন্তে যাওক বীৰ, যাওক সেনাপতি, যদি পাৰে প্ৰাগজ্যোতিষৰ দুৰ্জয় বাহিনী পৰম্ভ কৰি এতিয়াও কাশ্মীৰক ৰক্ষা কৰক। সৈনিক [ প্ৰস্থান ] [ সৈনিকে বন্দী অনুস্তক পাচে পাচে লৈ যায়। অনন্ত-- { যাওঁতে ] পদে পদে ব্যৰ্থতা, পদে পদে লাঞ্চনা ( প্ৰস্থান ] প্ৰতাপ -আহা বীৰেন্দ্ৰসিংহ, পূৰ্বৰ শত্ৰুতা পাহৰি আমাৰ অৱশিষ্ট সৈন্য লৈ কামৰূপৰ কবল গ্ৰাসৰ পৰা কাশ্মীৰক উদ্ধাৰ কৰো। [ প্ৰস্থানদ্যোত; বসস্তু প্ৰবেশ ] বসন্ত—সেনাপতি। প্ৰতাপ—তুমি কেনেকৈ আহিলা বসন্ত। ঈসপ্ত—মহানুভৱ যুৱৰাজে জন্মভূমিৰ কাৰণে যুদ্ধ কৰিবলৈ মোক মুক্তি দিছে। তাপ-তেন্তে, ব’লা, বীৰেন্দ্ৰসিংহ, ব’লা বসন্ত, আমাৰ এই ত্ৰিশক্তি সন্মিলন কৰি মহাভৈৰব ত্ৰিশূলীৰ দৰে শত্ৰুসৈন্য এফালৰ পৰা সংহাৰ কৰে। [ সকলোৰে প্ৰস্থান ] 9