পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৫১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



৪৪ . কাশ্মীৰ কুমাৰী | ৩য় অ—২য় দৃ ভাগ্যত কি লিখা আছে। শক্তি দিয়া, শক্তি দিয়া জগন্মাতা, মোৰ জন্মভূমি স্বাধীন কাশ্মীৰক ৰক্ষা কৰিবলৈ শক্তি দিয়া। ( প্ৰস্থানদ্যোত। পাচ ফালৰ পৰা অনন্তই, প্ৰতাপ অস্ত্ৰাঘাত কবি খোজে। বিজুলি বেগেৰে বীৰেন্দ্ৰ আহি প্ৰতিৰোধ কৰে। অনন্ত অস্ত্ৰ পৰি যায় ই কি! ইকি? মোক হত্যা কৰিবলৈ আহিছে বীৰেন্দ্ৰসিংহ বীৰেন্দ্ৰ- এই গুপ্তঘাটকৰ হাতৰ পৰা আপোনাৰ অমূল্য প্ৰাণ | ৰক্ষা হোৱাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিয়ক সেনাপতি। প্ৰতাপ- কি সৈনিক, তই মোক হত্যা কৰিবলৈ আহিছিলি? বীৰেন্দ্ৰই সৈনিক নহয় সেনাপতি। সৈনিকৰ বশত কাশীৰৰ মন্ত্ৰীপুত্ৰ নৰাধ অনন্ত। [ অনই ক্ৰুদ্ধ দৃষ্টিৰে বাৰেৰ ফালে চাই] প্ৰতাপ- অনন্ত! [ অনন্তক ভালকৈ চাই ] ওঁ বুজিলে॥ কোন আচ, এই কাপুৰুষক বন্দী কৰ। { অনঙ্গ আৰু দুটা সৈন্যৰ প্ৰবেশ অনঙ্গ ৰণক্ষেত্ৰত সেনাপতিৰ আদেশ পালন কৰিবলৈ কোনো নাই। অনন্ত-যুবৰাজ, ইয়েই কাশ্মীৰৰ প্ৰধান সেনাপতি প্ৰতাপসিংহ। বন্দী কৰক, বন্দী কৰক। অনঙ্গ- সৈনিক, ছদ্মবেশী মন্ত্ৰীপুত্ৰক বন্দী কৰ। | সৈন্যই অনন্তক বন্দী কবে : অনন্ত অবক।] [ বীৰেন্দ্ৰক ] কোন আপুনি যুবক?