এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১ম অ—২য় দৃ] কাশ্মীৰ কুমাৰী শত্ৰু। বিমলা, “জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী, আৰ্য মনস্বীৰ প্ৰলাপ নহয়। ই হিমাদ্ৰীৰ হিমানীমালাৰ দৰে শুভ্ৰ, ভাগিৰথীৰ বাৰিধাৰাৰ দৰে স্বচ্ছ, অভ্ৰভেদী গগণৰ ধ্ৰুব তৰাৰ দৰে সত্য। সেই মহাসত্যৰ মৰ্যদা ৰক্ষাৰ কাৰণে এক অনন্ত কিয়, কাশ্মীৰৰ লক্ষ লক্ষ অনৰ বন্ধুত্ব বিসৰ্জন দিবলৈকে মই প্ৰস্তুত। বিমলা—জন্মভূমি ইমান মহিমাময়ী। প্ৰতাপ- মহিমাময়ী, কৰুণাময়ী, প্ৰেমময়ী, { প্ৰস্থান)