পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অ ৩য় মূখ। সৰক বধ কৰি প্রতিজ্ঞা পূৰাম। ( প্রকাশকৈ) সম্প! দুর্জন সম্বৰ। (নেপথ্যত)-কোন সিটো ? কোনে মাতে মােক এনেদৰে? এ -যমৰ দূতৰ মাত তােৰ। আহ তই সাজু হই সোনকালে মৰণৰ বাবে। (নেপথ্যত)-সচাকৈয়ে। সচাকৈয়ে কাৰাবাৰ মাত। নােহে তেন্তে প্রহেলিকা ইটো? বা, কোনে এইদৰে সিংহক গাতত আহি জগাই তুলিছে? মৰণক মাতে কোনে। প্রশ্ন—পাপিষ্ঠ দুর্জন! বুজা নাই এতিয়াও- মৰণেহে তােক এয়া মাতিছে চিঞৰি। হাতত তৰোৱাল লৈ ঘৰ সােমাই আছে। সকত, কেও নাই দেখে। আছে মাথে।সঙ নিৰীহ বালক এটি : কোনে মাতিছিল। এম—ময়ে মাতিছিলো তােক, মতি অনু! তােৰ অত্যাচাৰ দেখি তাৰ প্ৰতিশােধ লম বুলি যমপে আহিছে ময়েই। -কি বালক ! কোন তই? ফোনে বাৰু তােক এনেকুৱা কুমতি দিছিলে? কিয় ওই এতিয়াও জয়া অগনিত চাপ দিব খুজিছ মিছাতে ? পলা তই এতিয়াও। এখ-মতি। লাক্ষা ক ততালিকে। পৰঞ্জীৰ, শিশুহত্যাচোলারি সকলে পাপৰ হৰু চিত।