পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় দৃশ্য সৰ ভিতৰ চ'ৰা এছু কলে এ-কোন মইমােৰ আদি-অন্ত কাহিনী এতিয়াও অবিদিত মােৰ। ধুমুহাত উৰি পৰা চৰাই পােৱালী এটি যেন ময়ো এক দুর্ভয়া প্রাণী !-সংসাৰৰ কৃপাপাত্ৰ । আৰু এই মায়াবতী, দেহি। সচাকৈয়ে এওঁ মায়াৱতী। বিছিলো, জনমদায়িনী তেও, সৰ জনক : কিন্তু তেওঁ কয় দেখো বিপৰীতভর। মানিম নে তেন্তে বাৰু বিচিত্ৰতাময় এই মায়া-সুন্দৰীৰ কথা ? বা মই নামানাে নিবা, তথাপি কওঁ মােৰ আদেশ পালন কৰা মাতৃসাপিনী এই সাধ্বী মণব ! না এটি কথা, হােৱ হলে মায়াৱতী এই সৰৰ আপােন তিতা, নহেতেন একে সোঁৰ প্রতি সম্বৰৰ ঘােৰ বৈৰী গৰ, এনে যা কি কৰিলেহেতেন ইয়াৰ বিএনী ? যাওক লি ; এতিয়াৰ