পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প - মৃত ] আনন্দত বাগৰিল দুখাৰি চকুলে। অভাগিনী! সাৰ পাই উঠিৰে। এনেতে। কৃষ্ণ-শুনা, সতি, সম্ভৱ বা অসম্ভৱ কথা আপেক্ষিক সত্য মাথে।। অসৱাে জানাে কেতিয়াবা সন্তৱ নহয়। সেইদৰে সন্তুৱে তো অসম্ভৱ হয় কেতিয়াবা ! সদায় অদূৰদৃষ্টি নৰ; আদি-অন্ত নােৱাৰে ধৰিব; ভাবিও নােৱাৰে চাব সৃষ্টিৰ আঁৰত থাকি অদৃষ্ট শক্তিয়ে দেখুৱায় অভিনয় কত ৰহস্যৰ ! রুক্মিণীবাৰু, নাথ ! আপােনাৰ কেতিয়াবা জানাে | প্রথম পুত্র কথা নপৰে মনত ? কৃ-কিয় নপৰিব, বিয়ে! কিয় নুপুৰিব পিতাৰ হৃদয় নিজ পুত্ৰৰ কাৰণে ? সেই বুলি, মুজাৰিব শােক মােৰ আৰু ; নিদিবা আগত অৰি মােৰ অতীতৰ তলগা দুখৰ ছবিটি। নুবুজিলে। আলি ’কে, প্রাণসম প্ৰথম পুৰক, হৰি নি ইৰে কোনে শতু শালিলে। মানুহৰ ধৰি এইদৰে, যিয়ে। অমনি মহা শৰ শতেক শােৰ। মা এলাই যায়।