পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পম অব প্ৰথম দৃশ্য স্বৰৰ বাহিৰ চৰা এম-তেন্তে ই গচা কথা? তি-শতবাৰ সচা, প্ৰাণনাথ! ঘোপম। আকাশত মেঘৰ গানি; তাৰ মাজে বিজুলীৰ হিচমকনি; প্ৰভাত নৱৰাগ; শাৰদী জোনাক; বসন্তৰ ননিত কুসুম সুবাস; আৰু মোৰ প্ৰাণপতি মনজৰ বাবে হৃদয়ৰ ব্যাকুল বেন যেনে সমা, জগতত ইও তেনে সত্য বুলি না, প্ৰাণনাথ। এমআৰু যদি ই সচা নহয়? তি-যদি ই নহয় না, তেন্তে প্ৰাণেশ্বৰ। ঈশক সাক্ষী কৰি আহ লও মানি, | হোৱা তেৱে তুমি মোৰ হেৰোৱা ৰতন। নই, মোৰ বিৰাস হোৱা নাই; এই কথা মানি সৰলৈ কোৱাৰ আগতে তুমি মোন বিশ্বাস নোৱা। তিনব লাগে এই বিশ্বাস তোমাৰ? অতীতৰ সেই স্মৃতিগত এতিয়াও। গোৱা নাই হয়ে তোমাৰ। এতিয়াও মইন কিয়ত উটাইবুৰাই এ