পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ তুমি ৰতি (পিছ হইকি)-সন্ত! অসম্ভব। আকাশ-বাণীয়ে ছল কৰি আনি মোক পেলাব খুজি এইদৰে পাপৰ গৰাত। নাই, নাই- পলাওঁ, পলা; ৰা, ৰক্ষা কৰা মোক! ৰতি লৰ মাৰি এফালে পলাব খোজে। এয়ই বাই তেটি গৈ সাৰটি ৰে; | ৰতিয়েও প্ৰদ্যুম সেইৰে গাঢ় আলিঙ্গন কৰে। প্ৰম-তুমি কোৱাচোন, কোৱাচোন- • ৰতি (ওপৰলৈ চাই)-কোৱাচোন, ভগৱতি। তুমি কোৱাচোন। আঁকাপোৰ