পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দু -ম শ্য]

  • আৰু মৰ্যৰ মাজত, ময়ে নে কি

এটি মাখে। দুৰ্ভগীয়া জীৱী আৰু আছে। ফোন আছে। কোন আছা, ৰক্ষা কৰা মোক! এখ-মই আছে। তোমাৰ কি হল? কি কৰিব লাগে কোৱা। তি-হাঃ হাঃ। তুমি আছ? কোন তুমি বাৰু? হোৱা আননা তুমি সিটি, যিটি বুলি মাৰ্থে। এতিয়াই কই গল আকাশী বাণীয়ে। নোহোৱা যদিও, এতিয়াৰ বাবে মোক কই যোৱা সেয়ে হওঁ বুলি। এই মিছা, সহত্ৰ সচাকৈ শত মূল্যৱান! নহয়, নহয়; সচা হক, মিছা হক দেৱতাৰ বা, যাৰ অগনি মই খেৰে মুয়াম। গান যত আছ, টোপোলা-টাপলি বাকি পল। এতিয়াই; আমোণ ধত আহ, আৰ হিয়াৰ কোনোবা চুকত মোৰ, আহ চাপি-কুচি। পাতি দেহি মদন-উ। গত নিয়েই জয়ে দ েমানৰ হিয়াৰ কোমল নাপত্য নেই দাম্পত্য ণ পেলাম আমি; জয় হক মদনৰ। | এমৰ ফালে আগবাঢ়ি যায়। এফ-মোৰ ভয় লাগিছে। তুমি কিয় এনে কৰি মোক গেন।