পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ চতুৰ্থ - ৰতি আনফালে) সচাকৈয়ে মন মাউসীৰ মাজতে উদিত এই পৱিত্ৰ মুৰতি দ্বিতীয়াৰ জোনটিৰ দৰে তাত কিয় কল-কালিমা মই সানো এইদৰে? কিন্তু, বা, মো েনো দোষ যতমানে? দ্বিতীয়াৰ জোনটিত কোনোবা শৰতে যদি সানে উতলোৱা বাসনাৰ কণা, যদি সেয়ে পুৰি ছাই কৰে হদয়ৰ সকলো পাকি ভাবু, তেন্তে তাৰ বাবে ৰতিয়েই জগৰীয়া হব নে সকলে। | এক দেখি সেইফালে ৰ লাগি চাই থাকে। প্ৰশ্ন--তুমি মোৰ ফালে এইদৰে চাই কেলেই। মোৰ ভয় লাগিছে; মোক না দেখোন। তি—মুসুধিব কোনো কথা মোক। পিশাচিনী ৰতি মই; হৃদয়ত মোৰ পৈশাচিক নৃত্য আজি পূৰ্ণভাৱে চলিব লাগিছে। (আকাশবাণী)—সেৱৰ পূৰ্বৰ কথা; সত্যে, ডি। সত্যে এৱে কামদেৱ, হোৱামী তোৰ। তি-আকাশৰ মাত তুমি বতাহত উনি কি কথা কই মোক বতাহৰ ৰে কৰি ৰাঙলী পু। বা, নালা; কই যোবা বিহীক নাই ইবাৰ যিটি বাণী উৰিল। তুমি। কি? ই কি মায়া? কি কুহেলিকা সপোনৰ?