পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰহত গুমীভূত কৰি মোৰ হিয়া লু হল মদন-অনল; তথাপিও, তাপিও কিয় বাৰু ৰতিৰ শৰীৰ সা উঠিছে বলি, পুতুল্য এই সামান্য সানটিৰ বাবে? দেহি নই। বুজি নাৰীৰ চিত পাপ-সাগৰত সদায়েই থাকে নিমগন; নহলে নোE অলপ ইফাল-সিফাল কৰি নহয়, নহয়। কিয় কওঁ এনেদৰে মই? মইতো নিজেই ৰতি, যাৰ ই জীৱন সতী-যজ্ঞৰ এক জীৱন্ত আহুতি। তেন্তে বাৰু বাসনাৰ এই ভবোৰ ক'ৰ পৰা আহে উৰি মোৰ ফাললই। বনজুই, মন-ই, জলি বাৰু কাৰ কত উৰিছে কুকুহা?-এই শিশু, ইয়ে জানো মুল সকলোৰে। অভাগিনি। কি তাৰ তেনেদৰে। সৰগৰপৰা নামি আহি পৃথিবীৰ দুৱাৰ-দলিত পোনে পোনে দিছে বি, মবীন অতিৰি। পৰিপূৰ্ণ গৱতাৰ। তাত কিয় এই েয় কি কৰ খে? | শিল্প দেই না। ক্ষুমি মোক অকলে এৰি আহিলা কি? এ