পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইফালেও কৃষ্ণ আৰু কলি দেৱীয়ে এক পুত্ৰ বুলি নোয়ৰে চিনিব। পাৰ্বতী-তে, না। এই েকব লামা- তি-মনৰ এই নৱ ৱনত দিগই আশিস বচন; ভেদ হক মায়া-লাবণ; ছিগি যক বিস্মৃতি কঠোৰ শৃঙ্খল; কৃষ্ণ আৰু ৰুক্মিণীৰ পুত্ৰ-পুত্ৰবধূলাভ হক একেলগে। - ই সকলে দেবেই, আশিসিব প্ৰাণ ভৰি ই পূত মিলন; দেৱতাৰ হিত-সাধনতে ব্ৰতী হই সি মদনে, কৰিছিল, চিৰস্মৰণীয় আদান। শুভশ্ন শুভ লগনত। বলা, প্ৰিয়ে। দুয়ো ওলাই যায়। সৰৰ ৰতি সকলে তি—যু নাই, নাই গতি। পুই কি মামলা মোক পেলাৰ খুনি। কত ফুল গান: শগিগিলন না,