পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপাৰে পৰৰ চিতৰ বিকাৰ। শাপিনে যাই, হৰৰ হাতত হব উল মদনৰ কঠোৰ লংকাৰ। পাৰ্বতী বিধৱা ৰতিৰ তেনে কি হল বিলাই। শব-শুনা, এলেশ্ববি! মন-মৰ পিছে, সৰ্ষিক বিৰাহৰ কটকী পঠাই সিদ্ধতপা তোমাক যেতিয়া, আনন্দেৰে কৰিলে। গ্ৰহণ, এতি মুহূৰ্ততে মোৰ মদন-ৰতিৰ কথা পৰিল মনত! জন্ম কৰা মনৰ ভস্ম উৰি যেন ঢাৰি ললে পৃথিবী:আকাশ। অনঙ্গই অঙ্গ ধৰি গুৱ যেন জিনিলে ভুবন! সলো মায়াৰ সেই অন্তকাৰী দেৱ কাময়ী মহেশৰ প্ৰতিশোধ পে, বিয়াৰ ভুত যেন এবিলে মনে তাৰ কালাৰু সেই ফুলধনুখনি! তেতিয়া মানিলে মনে মদন-শাসন, আবাদ দিলে প্ৰাণ ভৰি-ৰতি হক পুনৰ সখসেইমতে বিষ্ণু,ঔৰসত পলি কামদেৱ ৰুক্মিণ গৰ্ভত। পাতা, প্ৰভু! ফিৰে নোৰতিয়ে কামক নি এগতি বুলি টিনি শহৰে? শৰতি মায়া-বাৰ আৰু বিতিৰ নকৰিছে আৰ।