সিহঁত কি জানি এতিয়াও এ পোৱাগৈ নাই। মাছটে। বাচেঁ-কাটে। বুলি শুটিয়াই- ই চায়েই পেটটো বৰ ডাঙৰ দেখিলে। তাত নো ইমান সোপা কণী আছে নে বুলি আলফুলকৈ মই লাহে লাহে পেটটো ফালিব খুজিয়ে এই নোহোৱা-নোপজা কথাটো দেখিলো; দেখিবৰেপৰা মোৰ গাৰ কঁপনি এতিয়ালৈকে মৰা নাই। দাস-আই। ময়ো এই কথা শুনি পোনতে এই হতচিৰি তীয়ে কিব। ফাকি-ফুকা কৰিছে বুলিহে আছিলো; পিছে এতিয়াহে বুজিছো, কথা মিছা নহয়। লৰাটি ধুৱাই পলাই লোৱ দেখি মই বোলে। কথা কিবা হে—এইটো ননা ক’ৰ লেৰেলী খাঁহৰ লোখোৰাণী হল? তি-বাক, তহঁত এতিয়া ইয়াৰ পৰা ৰা; লৰা মোৰ হাত দে। তহঁতে খোৱলোৱাৰ সকলো দিহা কৰগৈ। কি সাৱধান এই লৰাৰ কথা যেন বজাই কোনোমতেই গম নাপায়। এই বিষয়ে কৰবাত তেওঁ কিবা সূত্ৰ পাৰ লাগিলে এই লৰা আৰু জীয়াই নাকে; এজি এলে তো আৰু দাই নাসা। দাসদাসী -আমাৰপৰা কোনেও এই শাৰ কুটকৈ নাপায় , আপুনি শঙ্কা অকণো মনলৈ নিব। | হয়ে ওলাই যায়। ৰতি-মাহৰ পেটত জন্মে তি সেপেম এনে এটি মানৱ মন, কোনে বাৰু মানিৰ প্ৰত্যয়? তাতেই নাতি- ইয়াৰু মোৰে চিত বাৰু শেষ
পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৬৫
অৱয়ব