পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিছে মিনতি-সম্বক, সম্বক দাৰুণ চকুলো এই অনুশোচনাৰ। ( আকাশবাণী সম্বৰ। সৰা প্ৰভু! বিষাদ মন। | লতি। হেৰোৱা পুত্ৰ অচিৰে পুনৰ নাৰদনিছে, হৰি। সেয়া মোৰ বাক্যকেই প্ৰতিধ্বনি কৰি দিছে আকাশীবাণীয়ে। তৃতীয় দৃশ্য সম্বৰৰ ভিতৰ চোতাল সাৰৰ দাস আৰু ছাতত কেচুৱা এটা লৈ এজনী দাসী আসহেৰ বাঘেতী! কচোন মোৰ শপত, এই লৰাটো নো ৰাৰু মাহৰ পেটতে পালি নে? দানী-বায়েখোৱ।। মাহৰ পেটত নাপালে নো বাৰু কোনে | মশক দিলেহি। আস-সহ পায়, কথা কেনেবাহে; মই গৈ আমাৰ আই দেউক কটো নাই থৈ আহে।। সি ওলাই যায় কলপ পিছতে ৰতিৰ সৈতে (সামাই আছে। তি-বৰ আচৰিত। মাছৰ পেটত এনে এটি দোপম। হব পাৰে কেনেকৈ? যাক, মাছটো কেনে আনিছিল, কেনেকৈ পালি, সকলো কথামোক ভাজি কচোন। আশী-ই! এয়া মানে জলপতে টা এলাকাই সাঙি কৰি এই বিয়াম মাহটো ৰকাৰ ঘৰত পেলাই দি গহি।