পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিনিত হৰ কিয় খোজে ঘনে খনে। হয়ত নজনা বাসনা! অজামিত কোনোবা দেশৰ কিবা গুপুত আনন্দ আৰু বিয়েৰে ভৰা ৰহস্যগুৱাৰ কোনে আহি বাৰেপতি খায় খুন্দিয়াই? নিশ্চয়, নিশ্চয়, মনেৰে নোপোৱা ঢুকি কৰবাত কিবা এটি ৰহস্য মধু। আছে, আছে বুলি, সঘনে হৃদয়ে মোৰ অনায় ইজিত। য'তে যি কোক লাগে, পবিত্ৰ দেহাৰ মোৰ এফালিৰ দৰে এই পোনাটিক মই কৰিম যতন। লাউ পালেহি সউ দুৰ্জন অসুৰ! জিততে গৈ লৰাটি লুকাই থৈ আহে। সখৰ-মায়াতি! অলপতে কৰবাত কোনোবা কেচুৱা লৰাৰ গম পাও যেন কৰিছিল। ৰতি (}ি- তুমি পগলা হৈ ক'ৰ লোকৰ লৰা পানীত পেলাই মাশি, যত আহি অনাহক তাৰ সপোন সব-তেনেহলে, মোৰ শাণ শিহা! বাৰু, মায়াতি। তুমি নন। সদায় মোৰু লগ-এৰা দি অকলে ইয়াত কি কাহি। আহাচোন, ভিতৰত বহি দুয়ো বিশ্ৰাম কবে। শীই যায়।