পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ তৃতীয় অঙ্ক দৃশ্য ৰতি- হৰি আনি ? সম্বৰ-হয় বধ কৰিম, নহয় পানীত পেলাম।:) তেতিয়াই মােৰ মৰণৰ ভয় গুচিব অাৰু তােমাৰে সৈতে চিৰকাল আনন ভােগ কৰি ৰব পাৰিম। ৰতি-(এফলীয়া কাটি)-হে ঈশ্বৰ। তেতিয়া হলে মই আৰু | চিৰকাললৈ এই নৰকৰ দুৱাৰদলিৰ বাৰি ওলাব নােৱাৰিম। | ( অপ বৰকৈ) বাক, তাৰ উপায় চিন্তা হব। ৰতি—কি ভাবিছ', মায়াৱতি ! কিহৰ উপায় চিষিবা ? কতি ( উচপ খাই)-উপায় ?-অ’ তােমাক সহায় কৰিবৰ | উপায় বিচাৰিছে, সম্বৰ ! সম্বৰ-পাছে তাৰ দিহা হব; এতিয়া যাওঁ আহা। দুয়াে ওলাই যায়। চতুর্থ দৃশ্য গৌৰীশিখৰ গাত চাল-বাকলি মেৰিয়াই তপনি পার্বতী; কাষতেয়া- | বিজয়, আৰু সমুথ ব্রহ্মচাৰীৰ ছল্প পৰিধানেৰে পার্বতী-প্রণমাে বিনয়ে, শনিবৰ। কিনে। মােৰ পুণ্যফলে হল এই ৩ দশন? তবু সৌম্য মূর্তি দেখি হয় এনে - বিৰাখিছেএটি দিব্য স্বর্গীয় প্ৰেৰণ। ৫১