পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক-৩য় দৃশ্য ) কা সখৰ ( মিচিকিয়াই)-তেনেহলে সে আতৰি যােৱ কেলেই। তি-ক’তনাে আঁতৰি গ'লে, হে ? এনে অকৰা মানুহনো কত দেখিছা-ধেমালি কৰিলেও ধেমালি নুবুজে। পিছে, মােক সিদিনা কম বেলা কথাটো কোৱ। এতিয়া ? সৰ-কি কথ্য টে। নো ? ৰতি-ই, এf •য়া পাহৰিলাই ? সেই অমৰণ বৰ পােৱা কথা ? সম্বৰ-অ, এতিযা মনত পৰিছে। মায়াৱতি! মােৰ জীৱনৰ এইটোৱেই ঘাই শুপুত কথা। তুমি মােৰ অতি আপােন পণে মােকহে আজি সেই কথা কম। তুমি কতাে মুলিয়াবা, দেই ? পতিতুমি মোকো অবিশ্বাস কৰা নে ? স্বৰ-নকৰো, শুনা। ব্ৰহ্মাৰ বৰত মই অমৰ । কোনাে দেৱতা বা নৰে মােক মাৰিব নােৱাৰে। কিন্তু সিদিনা নাৰদে মােক মােৰ এটা বিপদৰ কথা কৈ গল, বােল শ্ৰীকৃষ্ণৰ ঔৰসত যদি কোনো পুত্রসন্তান জন্মে, তেন্তে মােৰ প্ৰাণৰ আশঙ্কা। তি-কৃষ্ণ নাে কিবা সন্তান জন্মিছে ? সা—সেইদেখি সম্প্রতি মােৰ ভৰ কাৰণ হােৱা নাই। কিন্তু কৃষ্ণলৈ হেনো অলপতে কুণ্ডিলৰ তীষ্মক ৰজাৰ জীয়েকক বিয়া দিছে, আৰু তেওঁ গে সেই কন্যা ৰুক্মিণী বিদর্ড দেশৰ পৰা হৰি আনিছে। এওঁলােকৰ প্ৰথম লৰাটি তি-প্রথম লটি হলে তুমি কি কৰিবা ? তেতিয়াই তাক ছল কৰি হৰি ৰানিম। স