পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মূর্তি ধৰি এই আশ্ৰমত। দয়া কৰি দিৰ জানো অভাগীক নিজ পৰিচয় ? শী , সেৰি ! মই ; এই অৰণ্যতে আছে আজি বহুত বছৰ। কিছু দিন হল, শুনিয়ে লােক মুখে, ইয়াতেই আহি বােলে হিমাদ্রি তনয়া পার্বতী আচৰিছে তপ যােত । কৌতুহল হল; আহিলো চাষৰ বাবে। কোন তুমি ? বিয়াতেৰে সেই তপস্বিনী হিমাদ্রি-তনয়া। শ-ভুমিয়ে নে হিমান্ত্রি-তনয়া। যদি হােৱা, সেতুই তেনে মােৰ বাঢিল দুগুণে। কুৰা-মােহিনী তুমি। কতো দেখা নাই ইহেন ননমঃ গণৰ তুলনা। নিজে তুমি তপন্য ধন; পাই তােৰা যেন গীয় ৰতন, মৰতৰ লােকে কৰে তপস্যা কঠোৰ। কিন্তু তুমি নিজে বাৰু কিবা হেতু তপ আচৰিছা? তােমাৰ শিতায় হিমাচল ; সেইদেখি নিজিও মনত ৰ বানে ৰা তুমি পা কৰিব। আনপিনে, কৰা নাই যদি তুমি ৰামীৰ প্রার্থনা, পুৰুকি যাবে তুমি তপ আচৰিবা। ক্ষয় তে েশা, মুনি। শাৰ-কি কো? পতিৰ হু গুণ