পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কি | [ তৃতীয় ৩ তপস্যা কৰিব? কি কৰিলে, মহাৰাজ। | শোকত তলা হয়। হিম-অনুতাপে শেল হেন বিন্ধিছে বুকত। পাপী মই, আর্জি ললে। নিজ কর্মফল। পাৰ্বতী প্রতিজ্ঞা অটল ; জানাে মই যিনা-সাধনাই গৌৰী নাহিব উলটি। কিন্তু সিব্ধি-লাভ? তুমি জান, দয়াময়। দৃশ্যপট সলনি হয়। তৃতীয় দৃশ্য অম্বৰ অনুৰৰ ঘৰ-মায়াৱহী বেশী ৰতি অকলে ৰতি-অদৃষ্ট!! দুচকু থাকি যাক দেখা না, কিন্তু যি আপুনি আহি মুখে মুখে চাই বিপন্ন কৰে পৰিহাস, তাকে বােলে ‘অদৃষ্ট হবা? ঠিক কথা! তাৰে স'তে প্রথমে প্রথমে আজি হলে। পৰিচিত। মােৰ কি কপাল। --সেৱতাৰ হিত চিন্তি পতি মােৰ পঞ্চশৰ গল হই মহেশৰ নয়ন অগ্নিত। বিছিলো, আপ দি অগ্নি, কৰে। দুখৰ সমাধি; পৰয়া কিন্তু আকাশবাণীয়ে দিলে ব-দন পাবি পুনৰায় । ৪।