পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীয় অ-২য় দৃশ্য ! কামৰূপ সেয়ে ৰুৰীক ; খঙত হই, দেহি ! ও কৰি মদনক নয়ন-অগ্নিৰে তালিকে পৰিত্যাগ কৰিলে আশ্রম । হিম-আঁটিছে এয়েই। হায়! সুখ বাঞ্ছা কৰি নাৰদৰ নিৰ্দেশত কৰিলে। ইয়াকে !! কিন্তু, ৰবা; কত মােৰ দুহিতাৰন ? বিজয়া-দাৰুণ যাতনা লতি পুষ্প-আঘাতত প্রতিজ্ঞা কৰিছে কুৱীয়ে,-আচৰিব তপস্যা কঠোৰ ; হয় তাত লাভ ইব মহেশৰতন, নইলে এৰিব দেহ! মেনকা-এয়ে মােৰ আছিল ভাগ্যহ! পৰম্পদ আশা কৰি, হেৰুৱাওঁ হাতৰ ধনকো !" জয় মহাৰাজ! নগৰৰ বহু নিলগই অগাধ হাতি গই আশ্ৰমৰ বাবে কৰি ললে কুঁৱৰীয়ে স্থান নিৰূপণ । হিম’তে হক লাগে সেই ঠাই, তােমালােকে তাতে যেন সারবতীক নেৰিবা অকলে । বিয়া—মহাৰাজ! আমাৰো যে সেয়ে অভিলাষ ! নিবেদিবলই বার্তা আহিলে। এবাৰ। | দুয়াে ওলাই যায়। মেনকা-এযে হল, মহাৰাজ ! শেষ ফল তাৰ ? মেনকাৰ কপালত ভাগ্যবিধাতাই ইয়াকেহে ৰাখিছিল লিখি? বাঘ-ঘোড় তালুকৰ মাজত অকলে, পার্বতীয়ে