পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক-৩য় দৃশ্য। ইণিনেদি সম্বক উদগাই মােক পতিৰ গৃহৰ পৰা কৰালে হণ - এয়ে হ’ল ফল পুণ্য আকাশী-বাণীৰ! ভাগ্যে, মই মায়াৱতী ; সিদেখি নিউ অৰৰ পাপ বাঞ্ছা হইছে নিস্ফল ; সম্বৰিব পৰা নাই মােক। এয়ে লত! সালি দি শয্যাত তাক ৰতিৰ মূৰতি এয়া মাখে। আহিলে পলাই; মুখ সি যে, কাল্পনিক ৰতি-সুখ ভুগিছে চামই। থাক তাতে কীট নৰকৰ, পচি তোৰ মনে-পতা পাপৰ শষ্যাত। নােৱাৰিবি মােৰু তই নব তাই অলপ পৰ ইচাট-বিচাকৈ ঘূৰি থমকি ৰয়। | অ’ সম্বৰ। বুজিলিহেতেন যদি সতীত্বমহিমা, দেখিলিহেতেন অপৰূপ জ্যোতি তাৰ গন্তে সময়ো, জানিলিহেতেন যদি সাপৰ চিতাজুয়ে বিৰহা সতীক। দহি নিতে মাৰে কেনেকই, তয়াে হেৰ'- তয়াে তেতিয়াও পাৰিলহেতেন জানে খুজিব হৰিব মােৰ সতীত্বৰতন? কি দোষে। তােক। ইৰে মােৰ ভাগ্যৰ না (নেপথ্যত )-মায়াতি। মায়াতি। তি-পালেহি আৰু সেই হন । .)