পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অ-১৯ দৃশ্য ] কানরূপ পার্বতী-তপস্যাৰ কঠোৰ মােৰ সুবিদিত। তাতােকৈও টান হলে তপস্যা সাধন সা আছে তাকে। মই পালিবৰ বাবে। তুমি যে সুধিছ, সবি। দুঃসাধ্য তপস্যা সাধিবৰ স্পৰ্দা কিয় ৰাখো; কোৱা বাৰু, চৰাচৰ প্ৰলৰ মহান কাৰণ, দেয়ৰ পৰম দেয় মহেশ ল'ৰ স্পঞ্জা কিয় ৰাখিছে হৃদয়ে ? এনে মহা আশা যদি ধাৰণ কৰিব পাৰে প্ৰণে, পাৰিব লাগিব তাকো কৰিব সাধন। বিজয়া-তপস্যাই হল যদি প্রতিজ্ঞা তােমাৰ ; আশ্ৰমত ঘটা এই সকলো কাহিনী নাই অচিৰে তেন্তে ৰজাৰ আগত ইয়াতেই লগ আমি হমহি তিনিও। পার্বতী-ভাল কথা; হক তেন্তে সেয়ে। যােব। দুয়াে, পিতৃমাতৃ সাটিকে জনাবা বিৱৰি নিল করুণ এই দারুণ বাতৰি ; প্রাণ ভৰি আজাদ দিয়ে যেন সয়ে। বাম সচা আন ঠাইলই ; কি, হে। বাবৰ বেলিকা কিন্তু এটি কথা মােৰ এনে বনে পৰিছে মনত আশ্ৰমৰ তলতা পণ সকলােৱে যেন আৰি ধৰিছে পিলই। সখী। কেনে লগাইছিলে বিয়াই