পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাপ [ তৃতীয় অফ-১ম বিজয়া-নাভাবিৱা, শখি। ইয়াতে তোমাক এৰি অকলই খাম আমি শুচি। যিদিনাই হল তুমি আশ্রম-সেবিকা, আৰু আমি হলে। সহচৰী, সিদিনাৰে পৰা আমি সঙ্গী হলে তিনিওটি জীৱনে-মৰণে। পাৰ্বতী-আকউ গাল দুয়ো প্ৰাণৰ মাজত জীৱনৰ মমতা নতুন। তথাপিও মহেশ-লাভৰ আশা গুচে কাপি। মােৰ অন্তৰৰ পৰা; সেইদেখি আজি চন্দ্র-সূৰ্য্য সাক্ষী থই কৰিলে।শপতঃ- তপস্যা বলেৰে লাভ কৰি মহেশ জীৱনক সাধক মানিম ; নহলেও। তপস্যাতে ক্ষয়পাত কৰিম জীৱন। জয়া-সখি এনে আলসুৱা কোমল দেহৰে পুৰুষৰ অসাধ্য তপস্যা, কি শাহেৰে সাধিবৰ শৰ্বা ৰাখা বাৰু ? কোৱা ননা, ইমান কঠোৰ হেনাে তপস্যা সাধন! লাগিব পিন্ধিব নিতে বাকলিন, ভুমিত বাগৰি লাগে নিয়াৰ ধুমতি, ধৰিব লাগিব প্রাণ ফলমূল খাই। স্নাৰে বাহিৰে আছে মানসৰাজ্যত প্রলােভন নিশাৰ দুমুল সংলাম; কেনেক বাৰু এনে তপস্যাৰ বাবে হঠাতে এতিয়াৰ লা তুমি, ববি।