পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আশ্ৰমৰ উদাসীন সকলাে প্রাণীক। কিন্তু মােৰ কি পােৰ। কপাল। কোনে যেন নিকুঞ্জত দিছে আঁকি নিকু লতাৰে নবীন যৌৱন-মুখ এই অগৰ। প্ৰণয়ৰ নিৰ কাহিনী । আশ্ৰমৰ নিকুমণ্ডপ, ভগা যিয়া এখনিৰ বাহিৰতা-তল যেন লাগিছে উৰুঙা। | শােকত তলমূৰ হয়। বিজয়া-আ মথি। নকৰা বোৰ। আশ্ৰমৰ নিকুঞ্জও তােমাৰ দুখতে চোৱা বাৰু কেনে ম্রিয়মান। জয় পৰি গল ফুল, চৰায়েও গীত এৰি নিতাল মাৰিলে। দেখি ক’ব সকলােৱে-দেবী পাক তীৰ লাবণ্যই আশ্ৰমত অকাল বসন্ত কৰিছিল সূচনা এদিন; লগতেই লই গল তে তাৰ সকলাে মাধুরী। পার্বতী আঠুকাঢ়ি ) হে দের বনপতি। এই অগ অপৰাধ কমি সকলাে; শেষ জনাও প্রণতি। অভাগীৰ কাৰণে হল ত পশৰ হৰৰ কোপত । তুমি হে দেখিদের। এই চিন্তা পাৰতীৰ দুলাল জানি, কি কৰি উৰ। আৰু আনৰ অধিবাসী সকলােটি-নীৰৱ সাধক ১১