পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক প্রথম দৃশ্য মহেশামৰ ফুলনিৰ কাষত জয়া-বিজয়াৰ সৈতে পাৰ্বতা হয়—প্রিয় সখি। কিয় অানা নিজ প্রাণলই এনে আত্মনিন্দাবাদ ? পে-গুণে এনে অনুপমা হিমাদ্রি ত য়া, কাৰ সাধ্য ফেলে হীন? মনে ভূঞ্জিলে কর্মফল ; দোষাৰোপ বৰা কিয় তােমাৰ ভাগ্যক। পাতা-কিননা কোর্ব, কয়া। সাধকৰ অন্তৰ থােপৰা অৰকাৰে যেতিয়া আৱৰ ভবিষ্যৰ সকলো পােৰ; নিৰ এগতি সালতা লই কিদৰে পাৰিব উলাৰ তাৰ চুক । জানা দুয়াে নিয়ে, যিন মহেশ মােৰ শত জনৰ পু। ধ্ৰুৱ ৰা, ত্যজি সিজনৰ কাণ দুহ জীৱন-ভাৰ সহি কিমতে নহয়, নহয়, সৰি। মহেশপাৰ আশা বিনে প্রাণ মােৰ নৰ খন্তেকে। তোমালােকে কোৱাগই পিতাৰ আগত, -মনোৰখ হই নাম উলটি ; পিতৃ-মাতৃ সাটিকে মাগি। বিদায়।