পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

) ফৰূপ [ দ্বিতীয় অঞ্চ-৩ ৰতি-সাৱাধনে কৰা, নাথ। শৰৰ সন্ধান। মদন-ওচি কাষৰ পৰায়েক সময়। ৰতি পিছ হকি যায়। মনে ও তৰি আগ কৰি গাৰ বলেৰে ধনুৰ জােৰ টানে। শঙ্ক-হঠাত ঘটিল কিয় মনৰ বিকাৰ ? উপজিল কাৰ এনে অদ্ভুত দুর্মতি ? ইফালে সিফালে মন কৰি সমূখত সেই অতি মদন দেখি কোপদৃষ্টিৰে সেই ফালে চাই ৰ; তেওঁৰ তৃতীয় চকুৰ পৰা হঠাৎ অপূর্ব মিণি ওলাই মদনৰ গাত পৰি তেওঁক | ওম কৰিবলৈ ধৰে। আকাশীবাণী-ৰক্ষা কৰা, ৰক্ষা কৰা, প্রভু! মদনক। নকৰা কামৰু এছ। সমুলে নিন। তাৰ লগে লগে মন ৰশ্মিতে বিলীন হৈ যায়। আৰকাপােৰ