পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰ সাধনভুমি বীৰাসন ৰচনা কৰি শঙ্কৰ বাঘছালৰ ওপৰত বহি ধ্যান কৰি থাকে। অলপ পিছতে তেওঁ বীৰাসন ভাঙি লগে লগে নিশাহ এৰি | দি বহে। তেওঁৰ ইতিমতে নন্দী, আৰু নলীৰ পিছত পার্বতী আৰু জন্ম-বিজয়া সোমাই আহি হাতত ফুলৰ অলি লৈ অলপ। | নিলগত ৰৈ থাকে। নন্দী-প্ৰৰ চৰ-পদ্ম সেৰিবৰ বাবে হিমাদ্রি-নন্দিনী আহি আছে বাটচাই। শৰৰ অনুমতি বুজি মন্দীয়ে পার্বতীক চাপি আহিবলৈ ইঙ্গিত দি অলপ ৰাজৰ ৰয়। পার্বতী পােনতে আহি | আ লৈ সেৱা কৰে। শচিৰীৰী হােৱা তুমি, হিমাদ্রি তনয়া। যি পুষে কৰা নাই অন্য স্ত্রী ভজন, তােমাৰ ছােয়ামী হক সেই আলােচন! পাতা আকৌ উঠি গৈ এ-বিয়াৰ হাতৰপৰা ফুলৰ শালা পানি শৰ চৰণত অলি দিবলৈ হলিছে, এনেতে শঙ্কৰক আনমনা সেৰি অলপ থমকি ৰয়। নিলগত আঁৰৰ পৰা | এডুকেজি চুচুক-চামাককৈ মন-ৰতি সােনাই | বাহে। মন ঠাৎ সৰি পৰে। ৰ-পাতি। কিন্তু নয় হাত। | বরি তুলি দিয়ে।