পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক-১ম দৃশ্য ]। কামৰূপ জাতিকাৰ হােৱাত, সখী যেউ গুলগুগুল-মন-বিয়াকুল হব, তাকে নাে আৰু এবাৰ কব লাগিছে নে? পার্বতী-তােমালােকে আৰু বৰ আচৰিত, দেও হে ! চোরাহঁকচোন, এতিয়াই জানে বসন্তকাল আহিবৰ হল? শীতেই দেখােন নো যায় ! আমাৰ জাৰৰ ঠেৰেঙ। ভগাই নাই; ফুলবােৰ নে কি হল ? (অলপ ৰৈ) মই ক'ত মৰো: সখীহঁত! সেয়া কুলিয়ে মতা নাইনে ? | এটা কেজনীয়ে কাণ পাতি শুনি আচৰিত হয়। জয়া-সখীহঁত, এইবাৰ কথা কিবা হে! মােৰ বঢ়িয়াকৈ মনত আছে, আৰু-বেলি কি আৰু-তেওজ বেলিও এনেকুৱা দিনত ফুল ফুলাহে নালাগে, কলহে কলহে পানী দিও আমি কলি এটাৰে মুখ দেখা নাছিলোঁ।। ঔ আই। সে পুলি আমজোপা কেনেকৈ মলিয়াইছে চোৱাহকচোন -আগৰপৰা গুৰিলৈ। বিজয়া-মােৰ হলে এইবােৰ দেখি এটা ভাব মনত পেলাইছে। তনিক নে? পাৰ্ব্বতী-কিয় নুশুনিম, বিজয়া। কৈ যােৱা তুমি। বিজয়া-ফুলনিৰ ফুলবােৰ দেখি, আমে মলিয়ালৈ চাই আৰু তাতে কুলিৰ মাত শুনি আজি বাৰু চাচি বসন্ত কাল যেন লগা নাইনে। দুয়েলাগিহে।। বিয়া-বান্ত যেন সাকৈয়ে এটি নিপােতল ধুনীয়া ডেকা; তেওঁৰ কোনো কে যেন কোনাে খুন নাই। তেও