পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কামৰূপ { দ্বিতীয় অ-১৯ দৃশ্য ভৰিৰ তলুৱাখনিও যেন ঠিক দুপীয়া নার্জি ফুল যেন ৰঙচুৱা। পার্বতী-সাইলাৰ, সখি! সাইলাখ। তুমি বৰ মােহলগ কথাবােৰ কব জানা। বিজয়া—তেওঁ যেন বছৰেপতি নকৈ আটকধুনীয়া দৰটিৰ দৰে সাজিপাৰি আহে । আৰু যেন বৰ লাজকুৰীয়া । তেওঁৰ সেই হাঁহিটি যেন নকৈ ফুল চেনিচম্পাৰ কলিটি হে! পার্বতী-বৰ ভাল শুনিছো, সখি! কৈ থাকা! বিজয়া-লাজৰ ভাও জুৰি) নকওঁ যােৱা ! মােৰ কথা শুনি তুমি পেটে পেটে হাঁহিছা আৰু মুখেৰে উচটাইছা; বলে “মুখে লটুপটু! ভিতৰি কপট !” পার্বতী-চোৱাচোন বাৰু, জয়া ! মই নন কি ভিতৰি কপটটো কৰিলে। তেওঁ জানো মােক এনেয়ে এনেকৈ বুলিব পায় ? জয়া-আহ, আহা, সখি! বােলে নমাে নমাে পাৰিজাত। কুকুৰেলে বাহি গাত। বৰ কথাষাৰ হল—তাতে যদি ‘নগৰত গৰ' লাগিল, পাগক; আই।। তাকে নাে এতিয়া কোনে আকৌ ৰা শৰাইখন লৈ ভাবলৈ যাব ? বিজয়া-থাক, থাকা; তােমাক নো আকৌ মাতিছে কোনে? আমি পার্বতী খীৰ নিচিনা আৰু মালতী নহয় দেও, ছুলেই য় রৰিবলৈ। লাই নে নে তেও পিভিকি হে চানো। পাতী গেমাৰ পিভিকি চোৰ মােৰা এতিয়া। আমি খিনিহে নিৰ খুলিছে।