পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিভীন্ন অঞ্চ প্রথম দৃশ্য মহেশামৰ কাষৰ ফুলনি; অল্পৰাসল সােমাই আহি গায় আৰু নাচে। মূৰি উঠিছে মাধবী মৰী, | গুৰি তােমােৰা কুল মদনৰ ধনু ৰচি দিলে পুরু- ই নন কি সৰগী ভুল ! আহ আহ। সাজি, নানা মাধৰি। আহা আহা আজি, কাঞ্চন! কবি? অভিনৱানন্দ, প্রেমম -- ফুল। ফুল। অগ্নি-ফুল ! ( নেপথ্যত সাৱধান, নকীসকল! অকালতে বসন্তৰ গীত গাই কিয় সকলােরে। অনর্থক অমল কৰিছা সূচনা। নাজানা নে, যােগেশৰ বহিয়ে যােগত? ১ম অপস, হেকৰি এনে কঠোৰ আদেশ। বসন্তে আনিছে এই মধুৰ সম্ভোগ, কিয় তেনে দিয়ে বাবা আমাক ইয়াত। ২য় অ সমীপতে মহেশ সাধনা আশ্রম ; নৃত্যগত পাৰ অন্তৰায় বুলি এনেৰে কোনােৰাই কৰিছে ৰাণ।