পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাম থম অ—৪র্থ দৃশ্য] প্রেমিক হিয়াত, জনাওঁ তি— ৰঙচুৱা ওঠ !! | ওলাই যায়। মদন-চিনিছানে, তুমি ৰতি, সউ সুদূৰত। কোন আহে সুমধুৰ শঙ্খধ্বনি কৰি ? সমীৰণ দেই । গীত। সমীৰণ মই, উদাসী মই, আকুল শঙ্খ মােৰ। মদন-বৰ, আহ্বান জনাওঁ : | -হিয়া প্রেমে পূৰ। ওলাই যায়। তি-গল সকলােটি, প্রিয় ; মহেশাশ্ৰমত বলা আমি কৰোগই বসন্ত সদ্যোগ। সাপােৰ