পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰূপ (প্রথম অঙ্ক ৪র্থ দৃশ্য গীত কেতেকী-কেতেকী ফুল মই । কেতেকী ফুল। সুতীব্ৰ গােত মােৰ বন বিয়াকুল । মন বিষাকুল ! মই কেতেকী ফুল ! নাহৰ—মই নাহৰ ফুল! মই লাহৰ ফুল! রূপ মােৰ আমোলন, গােন্ধ আমােলমোল !! মই লাহৰ ফুল! মই নাহৰ ফুল !!! চেনি -চম্পা ফুলৰ পাহি ( হে মই) মিঠা ঠৰ হাঁহি। ৰূপত নাচে সৰগ-তা, গােত ব্যাকুল বাহী। চম্পা ফুলৰ পাতি (হে মই)। মিঠা ওঁঠৰ হহি।! | ওই যায়। কপৌ-কপৌ ফুল মই, কৰে। শােভা | শাহী পােশা। গাপে। ময়ে বিহিৰ চকুলোটোপা। ওলাই যায়। পলাশলাখ মই, বিলাসিনী, -চকুৰােৱ ৰূপ!