পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
কানীয়াৰ কীৰ্ত্তন

তাকে খাবৰপৰা তেও ভাল পাইছা। দেহত্‌কৈ আন কিবা ডাঙ্গৰ আছে নে? এক উপায়েৰে বেচি কিনি খাব লাগে।

 চন্দ্ৰ। — মোৰ মৰমত নৰিয়া ভাল কৰিবৰ মনেৰে তুমি মোক কানি খুওৱা নাই মোৰ অলঙ্কাৰ দুডাল-মান আছে, সেই কেইডাল বেচি খাবৰ মনেৰে হে ইয়াকে কৰিলা। অলঙ্কাৰ কেইডাল বেছি এঁটাই নো কি কৰাঁ চাম।