এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ অঙ্ক
———
প্ৰথম দৰ্শন
——
বৃকোদৰ শইকীয়াৰ ঘৰ।
বৃকোদৰ। — (নাম-ঘৰৰপৰা ওলাই আহি মনে-মনে) পিণ্ডটো জানিবা দিয়া হল, এতিয়া ব্ৰাহ্মণ কেইজনক তুষ্ট কৰিব পাৰিলে সকলো সাম্ফল হয়?
(বাজৰপৰা) শইকীয়া ঘৰত আছে নে?
বৃকো। — আছোঁ, কোন সেইটি? সোমাই আহাঁ, বহাঁহি।
কীৰ্ত্তি— (মনে-মনে) শইকীয়াৰ বামুণ-বৈষ্ণৱত