পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিৱকান্ত,
ৰামেশ্বৰ,
তোতাৰাম
কীৰ্ত্তিৰ লগৰীয়া।
 

    কিনাৰাম — গাৱঁৰ আনবিলাকতকৈ বয়সে ডাঙ্গৰ এজন মানুহ।
    বৃকোদৰ শইকীয়া — এজন গাঁৱৰ ভাল মানুহ।
    ৰমজান খাঁ — ফাটকৰ ডাক্তৰ।

     ১ জন সাধনী (মণ্ডল), ১ জন টেকেলা, ২ জন ৰায়ত, ১ জন নাজীৰৰ পিয়দা, ২ জন শিচ হোৱা মানুহ।