পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এই নাটকৰ ভাওলওঁতা-
বিলাক।

    ভদ্ৰেশ্বৰ বৰুৱা — এজন অসমীয়া ভদ্ৰলোক আৰু সোণাৰ গাওঁ মৌজাৰ মৌজাদাৰ।
    পদ্মপাণি — এজন মহাপুৰুষীয়া পথত প্ৰৱৰ্ত্তা মহাজন।
    মঙ্গলা — ভদ্ৰেশ্বৰ বৰুৱাৰ ঘৰ ওপজা-বন্দী।
    কীৰ্ত্তিকান্ত — ভদ্ৰেশ্বৰ বৰুৱাৰ চাকৰ।
    চিদাম — পদ্মপাণিৰ খাটনিয়াৰ।
    ৰতিকান্ত গগৈ — সন্দিকৈ ফৈদৰ এজন ডেকা ভদ্ৰলোক।
    মতিৰাম গোহাঁই — বৰ গোহাঁই ফৈদৰ ঐ।
    গদাধৰ — এজন নপতা বা আপুনি হোৱা ফুকন।
    পাণ — ৰজা পুৰন্দৰ সিংহৰ লিগিৰী, পণুৱা ডেকাসকলৰ আশ্ৰয়।
    হলধৰ কাকতী — কীৰ্ত্তিকান্তৰ লগৰীয়া।
    ললিতা — ভদ্ৰেশ্বৰ ভাৰ্য্যা, কীৰ্ত্তিৰ মাক।
    মঙ্গলতী বুঢ়ী — মঙ্গল চাই পইচা-অৰ্জা এজনী বুঢ়ী।
    বিহুৱা — ভদ্ৰেশ্বৰ বৰুৱাৰ মৌজাৰ টেকেলা।
    ৰাতীয়া — বিহুৱাৰ সঙ্গী।
    মোহনচন্দ্ৰ — কীৰ্ত্তিৰ দদায়েক।
    বিকা — কীৰ্ত্তিৰ চাকৰ।
    চন্দ্ৰপ্ৰভা — কীৰ্ত্তিৰ ভাৰ্য্যা।