পৃষ্ঠা:কাণখোৱা.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৵৹)

শ্ৰীকৃষ্ণক শুওৱাৰ ছলেৰে এই পুথী ৰচনা কৰিলে। “চৰাইটীহে সৰু, লয় হোলোঙ গছত বাহ।” এই দৃষ্টান্ত ইয়াতে খাটিছে। বাস্তবিক পুথী যদিওবা সৰু এবং আখ্যান কাল্পনিক ও সামান্য, কিন্তু ভাব গুৰু, কবিৰ কৌশল মহৎ। ভাগৱতৰ গোটেই সাৰাংশ তেঁও ইয়াতে লিখিছে বুলিলেও হয়।
ইতি।

শঙ্কৰাব্দ: ৪৪৮
আঘোন।
শ্ৰীদিবাকৰ শৰ্ম্মা,
শিবসাগৰ।