পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কেতিয়া আহিব?
কেতিয়া দেখিম
সেই হাঁহি মুখ চকুৰে মোৰ?

যদিহে নক’বি

বাতৰি কাউৰি!—
জানিবি, অভাগী মৰিব আজি!-
বিৰহ জুইৰে
দেহা খৰি-দিব-
প্ৰণয় খৰিৰে চিতাটী সাজি॥

কমতাপুৰ ধ্বংস কাব্য (page 216 crop)