পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কান্দি কান্দি কুঁৱৰীও গ’ল লগে,
কমতাৰ লৰা বুৰা বেজাৰ মনত।
সুখ-সূৰ্য্য কমতাৰ ঢাকিলে দাৱৰে
ভৰাই নগৰ হায়! ঘোৰ এন্ধাৰত।


তিৰুতাৰ আত্মদান কাব্য (page 47 crop)