সমললৈ যাওক

পৃষ্ঠা:কবিতা আৰু দৰ্শন.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

3° কবিতা আৰু দশন জটা ধাৰণ কৰি; গাই মথে ছাই দহি “সোহহুম্' শব্দ উচ্চাৰণ কৰিলেই সোহহুম্- সত্য প্ৰকাশ কৰা নহয়, বৰং তেনে কৰিলে কেৱল অহঙ্কাৰৰ হে প্ৰাবল্য বাড়ে। “মি 'আমি' সকলোৰে, সেই ‘আমি’ আমাৰ ব্যক্তিগত ‘জামি' ”—ইয়াতেই সত্য বাস কৰিছে আৰু এই সত্যক আকোৱালি লোৱাই মানুহৰ সাধনা। আমি মানুহৰ ইতিহাসত চিৰকাল নানা ৰূপে এই সাধনাকে কৰি অতা দেখিবলৈ পাওঁ। যি পৰম আমি',-- নি সকলোৰে 'আমি' সেই 'আমি'ক আমাৰ সমাজে ধি পৰিমাণে উপলব্ধি কৰিছে সেই পৰিমান অনুযায়ী আমি সত্য- মান্নত হৈ উঠিছোটক। সৌভাগ্যক্ৰমে বঙ্গ সাহিত্যত ৰবীন্দ্ৰনাথে ৰসসৃষ্টি আৰু ৰস সৃষ্টিৰ এটা অতি অগ্বদ আৰু অভাবনীয় শুভসংযোগ ঘটাইছে। তেওঁ নিজেই স্ৰষ্টা, এটা আৰু নয়িতা। এই যে ৰস হষ্টিৰ কথা উল্লেখ কৰা হৈছে ইয়াৰ সংজ্ঞা নিৰ্ণয় কৰা লুকঠিন, কাৰণ, ই প্ৰমাণযোগ্য নহয়, কেৱল वान অনুভবযোগ্য। বিচিত্ৰ বিৰাট এই বিশ্ব প্ৰকৃতিৰ লগত মানবপ্ৰকৃতিৰ সম্পৰ্ক আৰু সাম্যত এটা সুগভীৰ অনুভতি নোধত অন্তৰৰ অন্তৰতম পদেশত সুখ দুঃখাতীত যি আনন্দ আৰু প্ৰশান্তি উপলব্ধি হব, সেইনেই ৰস। ৰবীন্দ্ৰনাথে এই উচ্চতম এৰৰ কবিত্ব অধিকাৰ কৰিছে। প্ৰকৃত কৰিৰ চকুত – নীৰৰ একেটি টোপাত, তাতে হয় বিশ্ব প্ৰতিভাত। দেখতে ৰবী? নালে “উকণী” কবিতাত উৰ্ব্বণীক কেৱল উব্বণী বুলি বৰ্ণনা কৰিয়েই সন্তুষ্ট হোৱা নাই—উৰ্ধ্বশীক চিৰবাঞ্ছিতা, কল্পনাময়ী মানস-প্ৰতিমা আৰু তেওঁৰ সৌন্দৰ্য্য সাধনাৰ মূৰ্ত্তিমতী সিদ্ধিৰূপে বৰ্ণনা কৰিছে। উৰ্বশীৰ স্বতি গানত কৰিয়ে এইদৰে বৰ্ণনা কৰিছে।