১৮ - কুলি। আমৰ ডালত পৰি কুউ কুউ কৰি, মাতিছে কুলিয়ে আহা কেনে সুৰ ধৰি। যদিও কলীয়া কুলি কাউৰীৰ দৰে, সুৱলা মাতত তাৰ দেহ জুৰ পৰে। আমৰ গছত পৰি মাতে ঠেও ধৰি, ইডাল সিডাল কৰি ফুৰে উৰি উৰি। কাউৰী বাঁহত পাৰে কুলিটিয়ে কণি,