জগতত তেৱে মাথোঁ স্নেহৰ পুতলা, সন্তানৰ হস্তে নিতে হয় জলা-কলা। এতেকে সততে আমি হই হৰষিত, যুগুত জীৱন নিয়া মাতৃৰ ভক্তিত।
৪–ছাগলী-পোৱালি৷
দেখিছানে বাইদেও পিৰালি চুকত, শুই আছে পোৱালিটি মাকৰ বুকত।