পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি নৈ বৈ যায় কুল, কুল, কুল, সুদূৰত বাজে বাহী; চকোৰ উন্নত পি পি চামৃত, | আৰু মতলীয়া কবি;

  • প্ৰিয়তমাৰ প্ৰেম- চিঠি এই পাম

ময়ে। মতলীয়া ভাবি। প্ৰিয়া হে! কলে বুকু ফাটি যায়, চাওঁতে চাওঁতে সকলে আশাত আকউ পৰিল ছাই! পূৰ্ণিমাৰ ৰাতি আউসী আন্ধাৰে প্ৰভেদ আছেনে কিবা? জ্বালামুখী গিৰি আৰু মোৰ হৃদি, বিভিন বুদ্ৰাই দিবা। ১৮১৪ শক। ১৮ নং শোভাৰাম বৰাকৰ লেন, কলিকাতা।