পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি সজ চিন্তা কৰাঁ। সুকাম জন্মিব তাৰপৰা॥ যথাসাধ্য সজ কাম যতনি কৰিব। নফলিল অতিকৈ নিৰাশ নহব।। । কে গোটেই নিখুত কাম তোমাৰ

কদাপি নহয়। ' সোণৰ খাৰুৰ অত-তত। পোটোকা পৰি ৰয়। বাটৰ দুবৰি বন গছকত পৰা ' তাৰে এটি পাতে দিয়ে স্বৰ্গৰ বতৰা! ৪০ বয়সৰ শক্তি নাই আশা বিনাশিব! ঈশ্বৰৰ অংশ আশা অমৃতত মিলিব!