পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কৃতিত্ব আত্মমান, আত্মজ্ঞান, আপোন দুমন, | এই তিনি উন্নতিৰ সুতি। নাই ভয় কৰি যোৱা কাম, সংসাৰত হব তুমি কৃতী। উচ্চ আশা পৰ উপকাৰ হওক জীৱনৰ ব্ৰত। পৰসেৱা হওক মোৰ কাম। পৰৰ মৰম আৰু আশীৰ্বাদ লৈ, যেন মোৰ শৰীৰ পেলাম। — —- -- বৰ্তমান আৰু ভবিষ্যত বোৱা, ৰোৱা, বাটচোৱা-এতিয়াৰ কাম। পিকা দোৱা, সাচি থোৱ, খোৱা, গোৱা গান।